September 2, 2025 11:41 AM September 2, 2025 11:41 AM
1
বিটিচি নিৰ্বাচনৰ বাবে মনোনয়ন-পত্ৰ দাখিলৰ আজি অন্তিম দিন; কেইবাগৰাকীও প্ৰাৰ্থীৰ মনোনয়ন-পত্র দাখিল
সমাগত বিটিচি নিৰ্বাচনৰ বাবে মনোনয়ন দাখিলৰ আজি অন্তিম দিন। কালি বিভিন্ন ৰাজনৈতিক দলৰ কেইবাগৰাকীও প্ৰাৰ্থীয়ে মনোনয়ন-পত্র দাখিল কৰে। কোকৰাঝাৰ জিলাৰ ১২ টা সমষ্টিৰ বাবে কালি ২৯ গৰাকী প্রার্থীয়ে মনোনয়ন দাখিল কৰে। ইউ পি পি এল, বি পি এফ আৰু কংগ্ৰেছ দলৰ প্ৰাৰ্থীকেইগৰাকীয়ে কালি মনোনয়ন জমা দিয়ে। ইয়াৰ ভিতৰত কোকৰাঝাৰত ৯ গৰাকী, গোসাঁইগাঁৱৰ ৫টা সমষ্টিত ১৮ গৰাকী আৰু পৰ্বতঝোৰাত দুগৰাকীয়ে মনোনয়ন দাখিল কৰে। জিলাখনত কালি বি টি চি নিৰ্বাচনৰ বাবে ইউ পি পি এল দলে তৃতীয়খন প্ৰাৰ্থীৰ তালিকাও ঘোষণা কৰে। চিৰাং...