December 20, 2024 12:29 PM

views 17

বিটিচি বিধায়িনী পৰিষদৰ নিৰ্বাচনত বিপিএফৰ প্ৰাৰ্থিত্বপ্ৰত্যাশীক কাইলৈৰ পৰা ১৫ জানুৱাৰীৰ ভিতৰত আৱেদন কৰিবলৈ হাগ্ৰামা মহিলাৰীৰ আহ্বান

বি টি চি বিধায়িনী পৰিষদৰ নিৰ্বাচনত বি পি এফৰ প্ৰাৰ্থিত্ব প্ৰত্যাশীসকলক কাইলৈৰ পৰা ১৫ জানুৱাৰীৰ ভিতৰত আৱেদন কৰিবলৈ বড়োলেণ্ড পিপলছ পাৰ্টিৰ সভাপতি হাগ্ৰামা মহিলাৰীয়ে আহ্বান জনাইছে। চিৰাং জিলাৰ নিলিবাৰীত কালি বি পি এফৰ কেন্দ্ৰীয় সমিতিৰ এখন বৈঠকত অংশগ্ৰহণ কৰি শ্রীমহিলাৰীয়ে কয়, যে বি পি এফে এইবাৰ অকলে নির্বাচনী যুঁজত অৱতীৰ্ণ হ'ব। অৱশ্যে কোনো দলে যদি মিত্ৰতাৰ বাবে আগবাঢ়ি আহে তেনেহ'লে সেই বিষয়ত পৰৱৰ্তী সময়ত আলোচনা কৰা হ'ব। বি পি এফে অতি সোণকালে দলীয় প্ৰাৰ্থীৰ তালিকা প্রস্তুত কৰিব বুলি সভাপতিগৰ...