May 19, 2025 12:31 PM

views 13

আকাশ আনন্দক বিএছপিৰ মুখ্য ৰাষ্ট্ৰীয় সমন্বয়ক হিচাপে নিযুক্তি

উত্তৰ প্ৰদেশৰ প্ৰাক্তন মুখ্যমন্ত্রী তথা বহুজন সমাজ পার্টি- বিএছপিৰ মুৰব্বী মায়াৱতীয়ে আকাশ আনন্দক দলটোৰ মুখ্য ৰাষ্ট্ৰীয় সমন্বয়ক হিচাপে নিযুক্তি দিছে। নতুন দিল্লীত অনুষ্ঠিত ৰাষ্ট্ৰীয় পৰ্যায়ৰ বৈঠকত এই সিদ্ধান্ত গ্ৰহণ কৰা হয়। বৈঠকত আকাশ আনন্দক দেশত বিএছপিৰ ভৱিষ্যত কাৰ্যসূচীৰ দায়িত্ব দিয়াৰ ক্ষেত্ৰতো সিদ্ধান্ত লোৱা হয় ৷ বিএছপিৰ মুৰব্বী মায়াৱতীয়ে বৈঠকত পেহেলগামত সন্ত্রাসবাদী আক্ৰমণৰ প্ৰত্যুত্তৰত চলোৱা অপাৰেচন সিন্দূৰৰ অধীনত ভাৰতীয় সশস্ত্র বাহিনীৰ শৌৰ্য আৰু সাহসৰ শলাগ লয়। তেওঁ লগতে কয় যে ...