October 18, 2025 12:28 PM

views 15

উৎসৱৰ বতৰত ৰেহাই হিচাপে এটকীয়া দীপাৱলী ফ’ৰ-জি প্লেন মুকলি বি এছ এন এলৰ

বি এছ এন এলে সমগ্র দেশৰ নতুন গ্রাহকসকলক উৎসৱৰ বতৰত ৰেহাই হিচাপে এটকীয়া দীপাৱলী ফ'ৰ-জি প্লেন মুকলি কৰিছে। এই মাহৰ ১৫ তাৰিখৰ পৰা অহা ১৫ নৱেম্বৰলৈ এই ফ'ৰ-জি প্লেনৰ ম্যাদ থাকিব। এই সময়ছোৱাত গ্রাহকসকলে ৩০ দিনীয়া বিনামূলীয়া মোবাইল সেৱা, আনলিমিটেড ফোন কলৰ সুবিধা, প্রতিদিনে 2GB মোবাইল ডাটা আৰু এশটা এছ এম এছ প্ৰেৰণৰ সুবিধা লাভ কৰিব। উৎসৱকালীন এই বিশেষ ৰেহাই আঁচনি ঘোষণা কৰি নিগমৰ অধ্যক্ষ তথা পৰিচালন সঞ্চালক এ ৰবাৰ্ট জে ৰবীয়ে কয়, যে সমগ্র দেশে একেলগে উৎসব উদযাপন কৰাৰ সময়ত এই এটকাৰ দীপাৱলী বনাঞ্জা প্লেনে মে...