February 17, 2025 12:23 PM
দিল্লীত ৫৫সংখ্যক সঞ্চালক পৰ্যায়ৰ সীমা সহযোগিতা সন্মিলন
দিল্লীত বি এছ এফৰ উদ্যোগত কাইলৈৰ পৰা অহা ২০ ফেব্ৰুৱাৰীলৈ সীমান্ত সুৰক্ষা বাহিনী আৰু বাংলাদেশৰ সীমান্তৰক্ষী বি জি বিৰ মাজত ৫৫ সংখ্যক সঞ্চালক পৰ্যায়ৰ সীমা সহযোগিতা সন্মিলন অনুষ্ঠিত হ'ব। এ...