February 17, 2025 12:23 PM

views 12

দিল্লীত ৫৫সংখ্যক সঞ্চালক পৰ্যায়ৰ সীমা সহযোগিতা সন্মিলন

দিল্লীত বি এছ এফৰ উদ্যোগত কাইলৈৰ পৰা অহা ২০ ফেব্ৰুৱাৰীলৈ সীমান্ত সুৰক্ষা বাহিনী আৰু বাংলাদেশৰ সীমান্তৰক্ষী বি জি বিৰ মাজত ৫৫ সংখ্যক সঞ্চালক পৰ্যায়ৰ সীমা সহযোগিতা সন্মিলন অনুষ্ঠিত হ'ব। এই সন্মিলনৰ সময়ত বি এছ এফৰ সঞ্চালকপ্রধান দলজিৎ সিং চৌধাৰীৰ নেতৃত্বত ভাৰতৰ বি এছ এফৰ প্ৰতিনিধি দলে বি জি বিৰ সঞ্চালকপ্ৰধান মেজৰ জেনেৰেল মহম্মদ আশ্রাফুজামানৰ চিদ্দিকিৰ নেতৃত্বত বি জি বিৰ প্ৰতিনিধি দলক সাক্ষাৎ কৰিব। এই সন্মিলনত সীমান্ত সম্পৰ্কীয় বিষয়সমূহ আলোচনা কৰাৰ লগতে দুয়ো দেশৰ সীমান্তৰক্ষী বাহিনীৰ মাজত সহযোগি...