May 27, 2025 11:28 AM

views 44

বাংলাদেশী সন্দেহত আটকাধীন ২ হাজাৰৰো অধিক লোকৰ ভিতৰত ১৫০ জনক সীমান্ত সুৰক্ষা বাহিনীক হস্তান্তৰ অসম আৰক্ষীৰ

■ কেন্দ্ৰীয় গৃহ মন্ত্ৰালয়ৰ নিৰ্দেশমৰ্মে অসম আৰক্ষীয়ে অভিযান চলাই ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ পৰা বাংলাদেশী সন্দেহত আটক কৰা ২ হাজাৰৰো অধিক লোকৰ ভিতৰত ১৫০ জন লোকক সীমান্ত সুৰক্ষা বাহিনীক হস্তান্তৰ কৰিছে। এই লোকসকলক পুনৰ বাংলাদেশলৈ প্ৰেৰণৰ বাবে বি এছ এফে ব্যৱস্থা গ্ৰহণ কৰিব বুলি জানিব পৰা গৈছে। যোৱা শনিবাৰৰ পৰা কালিপৰ্যন্ত গোলাঘাটৰ মৰঙী আৰু নুমলীগড়ৰব আৰক্ষীয়ে ৫১ জন সন্দেহজনক লোকক আটক কৰিছে। আটক কৰা লোকসকলৰ অধিকাংশই নুমলীগড় শোধনাগৰত শ্ৰমিক হিচাপে কৰ্মৰত আছিল। উল্লেখযোগ্য যে গৃহ মন্ত্ৰালয়ে দেশৰ সক...

February 18, 2025 12:03 PM

views 23

বি এছ এফৰ উদ্যোগত ৫৫ সংখ্যক সঞ্চালক পৰ্যায়ৰ সীমা সহযোগিতা সন্মিলন আৰম্ভ

নতুন দিল্লীত কালি সীমান্ত সুৰক্ষা বাহিনী – বি এছ এফৰ উদ্যোগত ভাৰত আৰু বাংলাদেশৰ মাজত ৫৫ সংখ্যক সঞ্চালক পৰ্যায়ৰ সীমা সহযোগিতা সন্মিলন আৰম্ভ হৈছে। ভাৰতৰ সীমান্ত সুৰক্ষা বাহিনী আৰু বাংলাদেশৰ সীমান্তৰক্ষী বি জি বিৰ মাজত অহা ২০ ফেব্ৰুৱাৰীলৈ এই সন্মিলন অব্যাহত থাকিব। বি এছ এফৰ সঞ্চালক প্ৰধান দলজিৎ সিং চৌধাৰীৰ নেতৃত্বত ভাৰতৰ বি এছ এফৰ প্রতিনিধি দলে বি জি বিৰ সঞ্চালক প্ৰধান মেজৰ জেনেৰেল মহম্মদ আশ্রাফুজামান চিদ্দিকিৰ নেতৃত্বত অহা বি জি বিৰ প্ৰতিনিধি দলৰ সৈতে সীমান্ত সম্পৰ্কীয় বিষয়সমূহ আলোচনা কৰিব। ইয়...

February 17, 2025 8:43 PM

views 24

দিল্লীত বি এছ এফৰ উদ্যোগত ভাৰত আৰু বাংলাদেশৰ মাজত ৫৫ সংখ্যক সঞ্চালক পৰ্যায়ৰ সীমা সহযোগিতা সন্মিলন আৰম্ভ

নতুন দিল্লীত আজি সীমান্ত সুৰক্ষা বাহিনী-বি এছ এফৰ উদ্যোগত ভাৰত আৰু বাংলাদেশৰ মাজত ৫৫ সংখ্যক সঞ্চালক পৰ্যায়ৰ সীমা সহযোগিতা সন্মিলন আৰম্ভ হৈছে। ভাৰতৰ সীমান্ত সুৰক্ষা বাহিনী আৰু বাংলাদেশৰ সীমান্তৰক্ষী বি জি বিৰ মাজত অহা ২০ ফেব্ৰুৱাৰীলৈ এই সন্মিলন অব্যাহত থাকিব। বি এছ এফৰ সঞ্চালক প্রধান দলজিৎ সিং চৌধাৰীৰ নেতৃত্বত ভাৰতৰ বি এছ এফৰ প্রতিনিধি দলে বি জি বিৰ সঞ্চালক প্ৰধান মেজৰ জেনেৰেল মহম্মদ আশ্রাফুজামান চিদ্দিকিৰ নেতৃত্বত অহা বি জি বিৰ প্ৰতিনিধি দলৰ সৈতে সীমান্ত সম্পৰ্কীয় বিষয়সমূহ আলোচনা কৰিব। ইয়াৰ ...

January 27, 2025 6:26 PM

views 24

অহা ২৩ ফেব্ৰুৱাৰীৰ পৰা ব’ৰ্ডাৰমেন মাৰাথন ২০২৫ৰ চতুৰ্থ সংস্কৰণৰ আয়োজন

বি এছ এফৰ পাঞ্জাব ফ্ৰণ্টিয়াৰে অহা ২৩ ফেব্ৰুৱাৰীৰ পৰা ব'ৰ্ডাৰমেন মাৰাথন ২০২৫ৰ চতুৰ্থ সংস্কৰণৰ আয়োজন কৰিছে। এই বাৰ্ষিক মাৰাথন অমৃতসৰৰ গ'ল্ডেন গেটত আৰম্ভ হৈ আটাৰী সীমান্তত অন্ত পৰিব। সীমান্তৱৰ্তী লোকসকলৰ সৈতে হাতে হাত ধৰি আগবঢ়াৰ উদ্দেশ্যে এই মাৰাথনৰ আয়োজন কৰা হৈছে। ৪২ কিলোমিটাৰৰ ফুল মাৰাথন, ২১ কিলোমিটাৰৰ হাফ মাৰাথন আৰু ১০ কিলোমিটাৰ এই তিনিটা শিতানত মাৰাথন অনুষ্ঠিত হ'ব। বি এছ এফে আয়োজন কৰা এই মাৰাথনৰ জৰিয়তে পাঞ্জাবৰ যুৱক-যুৱতীৰ স্বাস্থ্য আৰু মাদক দ্ৰব্যৰ প্রতি আসক্তিৰ বিৰুদ্ধে সজাগতা সৃষ্টিৰ প...

January 27, 2025 6:16 PM

views 21

বি এছ এফৰ অভিযানত ৫ জন পাকিস্তানী অনুপ্রেৱেশকাৰী নিহত আৰু ৩০ জন পাকিস্তানৰ নাগৰিক আটক

সীমান্ত নিৰাপত্তা বাহিনী, বি এছ এফে চলোৱা অভিযানত বিগত বৰ্ষৰ জানুৱাৰীৰ পৰা কালিৰ দিনটোলৈকে ৫ জন পাকিস্তানী অনুপ্রেৱেশকাৰী নিহত হোৱাৰ লগতে ভাৰতৰ ভূ-ভাগত অবৈধভাৱে প্ৰৱেশ কৰিবলৈ বিচৰা আন ৩০ জন পাকিস্তানৰ নাগৰিক আটক হয়। বি এছ এফৰ অতিৰিক্ত সঞ্চালক প্রধান সতীশ খাণ্ডাৰেই কালি সন্ধিয়া অমৃতসৰত সংবাদ মাধ্যমৰ আগত এই কথা প্ৰকাশ কৰে। তেওঁ লগতে কয়, যে এই সময়ছোৱাত বাহিনীটোৱে ভাৰতৰ ১০১ জন চোৰাং ব্যৱসায়ীকো আটক কৰে। বাহিনীটোৰ আন কেইবাগৰাকীও উচ্চ পদস্থ বিষয়াৰ উপস্থিতিত কালি অনুষ্ঠিত সংবাদমেলত বি এছ এফে এই অভ...

January 27, 2025 5:58 PM

views 18

বি এছ এফৰ অভিযানত ৫ জন পাকিস্তানী অনুপ্রেৱেশকাৰী নিহত আৰু ৩০ জন পাকিস্তানৰ নাগৰিক আটক

সীমান্ত নিৰাপত্তা বাহিনী, বি এছ এফে চলোৱা অভিযানত বিগত বৰ্ষৰ জানুৱাৰীৰ পৰা কালিৰ দিনটোলৈকে ৫ জন পাকিস্তানী অনুপ্রেৱেশকাৰী নিহত হোৱাৰ লগতে ভাৰতৰ ভূ-ভাগত অবৈধভাৱে প্ৰৱেশ কৰিবলৈ বিচৰা আন ৩০ জন পাকিস্তানৰ নাগৰিক আটক হয়। বি এছ এফৰ অতিৰিক্ত সঞ্চালক প্রধান সতীশ খাণ্ডাৰেই কালি সন্ধিয়া অমৃতসৰত সংবাদ মাধ্যমৰ আগত এই কথা প্ৰকাশ কৰে। তেওঁ লগতে কয়, যে এই সময়ছোৱাত বাহিনীটোৱে ভাৰতৰ ১০১ জন চোৰাং ব্যৱসায়ীকো আটক কৰে। বাহিনীটোৰ আন কেইবাগৰাকীও উচ্চ পদস্থ বিষয়াৰ উপস্থিতিত কালি অনুষ্ঠিত সংবাদমেলত বি এছ এফে এই অভ...

November 30, 2024 8:51 PM

views 27

বি এছ এফে চলিত বৰ্ষত বৰ্তমানলৈকে পাঞ্জাৱ সীমান্তৰে ভাৰতলৈ মাদক দ্রব্য, অস্ত্ৰ-শস্ত্ৰ সৰবৰাহ কৰা ২৪৫ খন ড্রোণ জব্দ কৰিছে

সীমান্ত সুৰক্ষা বাহিনী বি এছ এফে চলিত বৰ্ষত এতিয়ালৈকে পাঞ্জাৱ সীমান্তইদি ভাৰতলৈ মাদক দ্রব্য, অস্ত্ৰ-শস্ত্ৰ সৰবৰাহ কৰা ২৪৫ খন ড্রোণ জব্দ কৰিবলৈ সমৰ্থ হৈছে। বিগত বৰ্ষৰ তুলনাত জব্দ কৰা দ্ৰোণৰ সংখ্যা দুগুণলৈ বৃদ্ধি পাইছে। বিগত বৰ্ষৰ ৪৪০ কিলোগ্ৰাম হেৰ’ইনৰ তুলনাত এইবাৰ ২৫৪ কিলোগ্রাম হেৰ’ইন জব্দ কৰা হৈছে। বি এছ এফৰ অহৰহ পহৰা দিয়াৰ ফলত চলিত বৰ্ষত এই পৰিমাণ হ্ৰাস পাইছে। বি এছ এফে লগতে পাঞ্জাৱ সীমান্তত ৩টা পাকিস্তানী অনুপ্ৰৱেশকাৰী আৰু দুটা সৰবৰাহকাৰীসহ ৩০ জন পাকিস্তানী নাগৰিকক কৰায়ত্ত কৰিবলৈ সমৰ্থ হৈছে...

September 7, 2024 12:55 PM

views 30

ভাৰত-বাংলাদেশ সীমান্তৰ স্থিতি সম্পৰ্কত বি এছ এফ আৰু বিজিবিৰ মাজত বৈঠক অনুষ্ঠিত

সীমান্ত সুৰক্ষা বাহিনী, বি এছ এফে বৰ্ডাৰ গার্ড বাংলাদেশ বিজিবিক ভাৰতীয় ভূখণ্ডত বাংলাদেশী নাগৰিকৰ অবৈধ প্ৰৱেশ ৰোধ কৰিবলৈ কৈছে। দুয়োটা বাহিনীয়ে ভাৰত-বাংলাদেশ সীমান্তৰ স্থিতি সম্পর্কে অলপতে এখন বৈঠকত মিলিত হয়। বৈঠকত বিজিবিয়ে বাংলাদেশত বাস কৰা ভাৰতীয় নাগৰিক আৰু সংখ্যালঘু সম্প্ৰদায়ৰ লোকৰ সুৰক্ষাৰ বাবে সকলো ধৰণৰ পদক্ষেপ লোৱাৰ আশ্বাস প্রদান কৰে। সীমান্ত সুৰক্ষা বাহিনী বি এছ এফে এটা বিবৃতি যোগে কৈছে যে, ভাৰত-বাংলাদেশ সীমান্তৰ পৰিস্থিতি সাধাৰণতে শান্তিপূৰ্ণ হৈ থাকে । বাহিনীটোৱে লগতে সীমান্তৱৰ্তী এ...

July 21, 2024 8:14 PM

views 29

৩৭৩ গৰাকী ভাৰতীয় আৰু তিনিগৰাকী নেপালী শিক্ষার্থী ত্ৰিপুৰাৰ সীমান্তৰে বাংলাদেশৰ পৰা ভাৰতলৈ প্ৰত্যাৱৰ্তন কৰা বুলি সীমান্ত সুৰক্ষা বাহিনীৰ প্ৰকাশ

সীমান্ত সুৰক্ষা বাহিনীয়ে আজি প্ৰকাশ কৰিছে যে, ৩৭৩ গৰাকী ভাৰতীয় শিক্ষাৰ্থীৰ লগতে তিনি গৰাকী নেপালী শিক্ষার্থী ত্ৰিপুৰাৰ দুটা ছেকপোষ্টেৰে বাংলাদেশৰ পৰা ভাৰতলৈ উভতি আহিছে। বাংলাদেশত যোৱা কিছুদিন ধৰি সংৰক্ষণৰ বিৰোধীতাৰে হিংসাত্মক পৰিস্থিতি সৃষ্টি হোৱা পৰিপ্ৰেক্ষিতত শিক্ষাৰ্থীসকল নিজৰ দেশলৈ উভতি আহিছে। সংবাদ মাধ্যমৰ সৈতে মত বিনিময় কৰি ত্ৰিপুৰা সীমান্তৰ মহা পৰিদৰ্শক পাটেল পীয়ুষ পুৰুসোত্তম দাসে কয় যে চোনামূৰা জিলাৰ শ্ৰীমন্তপুৰ ছেকপোষ্টেৰে ৩০০ গৰাকী আৰু আখাউৰা ছেকপোষ্টেৰে ৭৬ গৰাকী শিক্ষার্থী উভতি আ...