August 27, 2024 8:07 PM

views 19

ভাৰত ৰাষ্ট্ৰ সমিতি বি আৰ এছৰ নেত্ৰী কে কবিতাক জামিন প্ৰদান উচ্চতম ন্যায়ালয়ৰ

উচ্চতম ন্যায়ালয়ে আজি দুৰ্নীতি আৰু দিল্লী সুৰা নীতি কেলেংকাৰী সম্পৰ্কীয় কলাধন বৈধকৰণৰ গোচৰত ভাৰত ৰাষ্ট্ৰ সমিতি বি আৰ এছৰ নেত্ৰী কে কবিতাক জামিন প্ৰদান কৰে। ন্যায়াধীশ বি আৰ গৱাই আৰু কে ভি বিশ্বনাথক লৈ গঠিত এখন বিচাৰপীঠে কয় যে, কবিতা প্ৰায় ৫ মাহ ধৰি কাৰাগাৰত আছে আৰু কেন্দ্ৰীয় তদন্তকাৰী সংস্থা চি বি আই আৰু বিধি বলবৎকাৰী সঞ্চালকালয় ই ডিয়ে তেওঁৰ বিৰুদ্ধে চলোৱা তদন্ত সম্পূৰ্ণ হৈছে। সৰ্বোচ্চ ন্যায়ালয়ে লগতে পহিলা জুলাইত দিল্লী উচ্চ ন্যায়ালয়ে নেত্ৰীগৰাকীৰ জামিন অগ্ৰাহ্য কৰি প্ৰদান কৰা ৰায়ো খ...