July 24, 2025 8:50 PM July 24, 2025 8:50 PM

views 11

ভাৰত আৰু ইংলেণ্ডে আজি ঐতিহাসিক মুক্ত বাণিজ্য চুক্তিত স্বাক্ষৰ কৰে

ভাৰত আৰু ইংলেণ্ডে আজি ঐতিহাসিক মুক্ত বাণিজ্য চুক্তিত স্বাক্ষৰ কৰে। লণ্ডনত ইংলেণ্ডৰ প্রধানমন্ত্রী কিৰ ষ্টাৰৰ্মৰ সৈতে হোৱা আলোচনাৰ অন্তত দিয়া এটা বিবৃতিত প্রধানমন্ত্ৰীয়ে আজিৰ দিনটো উভয় দেশৰ মাজৰ দ্বিপাক্ষিক সম্পৰ্কৰ বাবে ঐতিহাসিক দিন বুলি অভিহিত কৰে। কেইবাবছৰজোৰা কঠোৰ পৰিশ্ৰমৰ অন্তত দুয়োখন দেশৰ মাজত সৰ্বাত্মক অর্থনৈতিক আৰু বাণিজ্যিক চুক্তি সম্পাদনৰ বিষয়ক লৈ তেওঁ সন্তুষ্টি প্ৰকাশ কৰে। শ্ৰী মোদীয়ে কয়, যে এই চুক্তিয়ে ভাৰত আৰু ইংলেণ্ডৰ উমৈহতীয়া সমৃদ্ধিৰ পথ প্রশস্ত কৰিব। তেওঁ কয়, যে ভাৰতীয় ব...