June 4, 2025 10:34 AM
ব্ৰিটেইনৰ স্থায়ী উপ-সচিব অলিভাৰ ৰবিন্সৰ সৈতে বৈদেশিক সচিব বিক্রম মিশ্রীৰ বৈঠক
ব্ৰিটেইন চৰকাৰে সন্ত্ৰাসবাদৰ বিৰুদ্ধে যুঁজ দিয়াৰ প্ৰতি ঐক্য আৰু সমৰ্থন প্রকাশৰ বাবে ভাৰতে শলাগ লৈছে। বৈদেশিক সচিব বিক্রম মিশ্রীয়ে কালি ব্ৰিটেইনৰ স্থায়ী উপ সচিব অলিভাৰ ৰবিন্সৰ সৈতে হ...