July 24, 2024 10:18 AM July 24, 2024 10:18 AM

views 6

দুদিনীয়া কাৰ্যসূচীৰে ব্ৰিটেইনৰ বিদেশ মন্ত্ৰী ডেভিদ লেমি ভাৰত ভ্ৰমণ

ব্ৰিটেইনৰ বিদেশ মন্ত্ৰী ডেভিদ লেমি আজি দুদিনীয়া ভাৰত ভ্ৰমণসূচীৰে দিল্লীত উপস্থিত হ'ব। বিদেশ মন্ত্ৰীগৰাকীয়ে ভ্ৰমণ কালত সর্বাত্মক কৌশলগত সহযোগিতা সুদৃঢ় কৰা আৰু ভাৰত-ব্ৰিটেইন মুক্ত বাণিজ্য চুক্তি সম্পর্কে আলোচনা কৰিব। ব্ৰিটেইনত প্রধানমন্ত্ৰী কিৰ ষ্টাৰ্মৰৰ নেতৃত্বত লেবাৰ পাৰ্টীৰ চৰকাৰ গঠন হোৱাৰ পাছত এয়া দুয়োখন দেশৰ মাজত উচ্চ পৰ্যায়ৰ প্রথম আলোচনা হ'ব। অভ্যাগত বিদেশ মন্ত্ৰীগৰাকীয়ে আজি বিয়লি বিদেশ মন্ত্রী ড০ এছ জয়শংকৰক সাক্ষাৎ কৰিব। শ্রীলেমিয়ে বাণিজ্য মন্ত্ৰী পীয়ুষ গোৱেল আৰু ৰাষ্ট্ৰীয় সুৰক্...