July 7, 2025 8:29 PM

views 13

ব্ৰীকচ্ শীৰ্ষ সন্মিলনত আজি বিশ্ব স্বাস্থ্যৰ সন্দৰ্ভত তিনিখন গুৰুত্বপূৰ্ণ সত্ৰৰ আয়োজন

ব্রাজিলৰ ৰিঅ' ডি জেনেঅিত চলি থকা ব্ৰীকচ্ শীৰ্ষ সন্মিলনৰ আজি দ্বিতীয় দিনা পৰিবেশ, COP-30 আৰু বিশ্ব স্বাস্থ্যৰ সন্দৰ্ভত তিনিখন গুৰুত্বপূৰ্ণ সত্ৰৰ আয়োজন কৰা হৈছে। এই সত্ৰত উপস্থিত থাকি প্রধানমন্ত্রী নৰেন্দ্ৰ মোদীয়ে পৰিবেশ সম্বন্ধীয় কাৰ্যপন্থাৰ ক্ষেত্ৰত ভাৰতৰ গভীৰ দায়বদ্ধতাক দোহাৰিব। তেওঁ লগতে মানুহৰ হকে আৰু প্ৰকৃতিৰ হকে আমাৰ দেশে গ্ৰহণ কৰা উন্নয়ন আৰু বিকাশশীল পদক্ষেপসমূহৰ সন্দৰ্ভতো আলোকপাত কৰিব। শ্রীমোদীয়ে আন্তৰাষ্ট্ৰীয় সৌৰ সহযোগিতা, জৈৱ ইন্ধন সহযোগিতা, দুৰ্যোগ প্ৰতিৰোধী আন্তঃগাথনিৰ ক্ষেত্ৰ...