September 27, 2025 8:24 PM

views 12

ব্রাজিলৰ বিদেশ মন্ত্ৰী, দক্ষিণ আফ্ৰিকাৰ মহিলা যুৱ আৰু দিব্যাংগ দপ্তৰৰ মন্ত্ৰীৰে বৈদেশিক পৰিক্ৰমা দপ্তৰৰ মন্ত্ৰী ড০ এছ জয়শংকৰৰ বৈঠক

বৈদেশিক পৰিক্ৰমা দপ্তৰৰ মন্ত্ৰী ড০ এছ জয়শংকৰে নিউয়র্কত থকা ৰাষ্ট্ৰসংঘৰ সাধাৰণ সভাত অংশ লোৱাৰ সুযোগতে ব্রাজিলৰ বিদেশ মন্ত্ৰী মাউৰো ভিয়েৰা, দক্ষিণ আফ্ৰিকাৰ মহিলা যুৱ আৰু দিব্যাংগ দপ্তৰৰ মন্ত্ৰী সিন্দিছুৱে চিকুংগাৰ সৈতে বৈঠকত মিলিত হয়। সংবাদ মাধ্যমৰ সূত্ৰ অনুসৰি ত্ৰয়োদশ ভাৰত, ব্রাজিল, দক্ষিণ আফ্রিকা ত্রিপাক্ষিক বৈঠকত দেশ দুখনৰ মন্ত্ৰী দুগৰাকীয়ে অলপতে জম্মু-কাশ্মীৰৰ পেহেলগামত সন্ত্ৰাসবাদীয়ে নিৰীহ লোকক হত্যা কৰা বৰ্বৰ ঘটনাৰ তীব্ৰ গৰিহণা দিয়ে। তেওঁলোকে সকলো ধৰণৰ সন্ত্ৰাসবাদী কার্যকলাপ তথা সন্ত...