November 1, 2024 12:33 PM November 1, 2024 12:33 PM

views 3

চীনৰ বি আৰ আইৰ সৈতে ব্রাজিল জড়িত নহয় বুলি সিদ্ধান্ত গ্ৰহণ

ব্রাজিলে চীনৰ কেইবা কোটিটকীয়া বেল্ট আৰু পথ আন্তঃগাঁথনি চমুকৈ বি আৰ আইৰ সৈতে জড়িত নহয় বুলি সিদ্ধান্ত গ্ৰহণ কৰিছে। ভাৰতৰ পাছত বেইজিঙৰ এই বৃহৎ প্রকল্পক প্ৰত্যাখ্যান কৰা ব্ৰাজিল হৈছে কিছ ৰাষ্ট্ৰগোষ্ঠীৰ দ্বিতীয়খন দেশ। আন্তঃৰাষ্ট্ৰীয় বিষয়ৰ বিশেষ অধ্যক্ষৰ পৰামৰ্শদাতা চেলছো এমোৰিমে ব্ৰাজিলৰ বাতৰি কাকত ও গ্লোবত কয় যে, বি আৰ আইৰ সৈতে জড়িত হোৱাৰ সলনি চীনৰ বিনিয়োগকাৰীসকলক সহযোগিতা আগবঢ়োৱাৰ বাবে ব্রাজিলে বিকল্প পথ বিচাৰিব। ব্রাজিলে কৈছে যে, চীনৰ ধবজাবাহী আন্তঃগাঁথনি প্রকল্পই দেশখনক প্ৰকৃতাৰ্থত লাভা...