January 16, 2025 7:56 PM
আছুৰ প্ৰাক্তন সভাপতি তথা অসম প্ৰদেশ কংগ্ৰেছ কমিটীৰ মুখপাত্ৰ প্ৰবীণ বড়ো আৰু দ্বীপজ্যোতি চহৰীয়াৰ বিপিএফত যোগদান
সদৌ অসম ছাত্ৰ সন্থাৰ প্ৰাক্তন সভাপতি তথা অসম প্ৰদেশ কংগ্ৰেছ কমিটীৰ মুখপাত্ৰ প্ৰবীণ বড়ো আৰু দ্বীপজ্যোতি চহৰীয়াই কংগ্ৰেছ দল ত্যাগ কৰি আজি বড়োলেণ্ড পিপলছ পাৰ্টী চমুকৈ বিপিএফত যোগদান কৰে...