January 6, 2025 12:34 PM January 6, 2025 12:34 PM
9
ৰাজ্যৰ কেইবাগৰাকীও বিশিষ্ট ব্যক্তিলৈ বড়ো সাহিত্য সভাৰ বঁটা
বড়ো সাহিত্য সভাই বিগত বৰ্ষৰ ৰাংচাৰ সাহিত্যিক বঁটাৰ বাবে দতমাৰ বাসিন্দা থৰাইনা সহায়সুলি ব্ৰহ্মৰ নাম ঘোষণা কৰিছে। বড়ো সাহিত্য সভাৰ এখন বিজ্ঞপ্তিত কালি এই কথা প্ৰকাশ কৰাৰ লগতে গুৱাহাটীৰ শিলপুখুৰী নিবাসী আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ বড়ো বিভাগৰ সৈতে দীৰ্ঘদিন ধৰি জড়িত গংগাধৰ ৰামচিয়াৰীলৈ সোমেশ্বৰী ব্ৰহ্ম থুনলাই আৰি বঁটা, গোৱালপাৰাৰ ভূপেন দৈমাৰীলৈ ছানজাৰাং লক্ষেশ্বৰ ব্ৰহ্ম সাংস্কৃতিক বঁটা, গুৱাহাটী নুনমাটিৰ ৰত্নেশ্বৰ বসুমতাৰীলৈ সৰবাং সুবুং বিহুৰাম বড়ো সাহিত্যিক বঁটা, বাক্সাৰ কনক ৰামচিয়ালৈ হাব্ৰাঘা...