January 25, 2025 7:58 PM
গুৱাহাটী আৰ্টিষ্ট গীল্ডৰ সভাকক্ষত উৎপল কুমাৰ দাসৰ ‘এচকল জীৱন বিলাস’ উন্মোচন
আকাশবাণী গুৱাহাটীৰ বাতৰি পৰিৱেশক তথা জ্যেষ্ঠ সাংবাদিক উৎপল কুমাৰ দাসৰ ‘এচকল জীৱন বিলাস' নামৰ গ্ৰন্থ এখন আজি গুৱাহাটী আৰ্টিষ্ট গীল্ডৰ সভাকক্ষত উন্মোচন কৰা হয়। কেইবাগৰাকীও বিশিষ্ট ব্যক্...