October 29, 2025 11:35 AM

views 22

ডিব্ৰুগড়ৰ মিলন নগৰত কবি বৈদ্য ব্রাইট বুঢ়াগোহাঁইৰ কাব্য সংকলন ‘ব্যঞ্জনবাদ’ উন্মোচন

ডিব্ৰুগড়ৰ মিলন নগৰত ব্ৰাইট দা লাইটৰ সৌজন্যত কালি কবি বৈদ্য ব্রাইট বুঢ়াগোহাঁইৰ কাব্য সংকলন ‘ব্যঞ্জনবাদ’ উন্মোচন কৰা হয়। ঔপন্যাসিক জুৰি বৰা বৰগোহাঁই, অনিৰুদ্ধ দেৱ ক্ৰীড়া বিশ্ববিদ্যালয়ৰ পঞ্জীয়ক পংকজ বৰঠাকুৰ আৰু ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ অধ্যাপক ড° প্ৰাঞ্জল বুঢ়াগোহাঁয়ে গ্ৰন্থখন উন্মোচন কৰে। অনুষ্ঠানত কবি ড° নিৰোদ গোহাঁই, পোলেন গগৈ, কৌশিক বাস্যস, চিন্তু সমীৰ বৰগোহাঁইকে ধৰি কেইবাগৰাকীও কবি-সাহিত্যিকে অংশগ্ৰহণ কৰে।