June 28, 2025 10:41 PM

views 13

গুৱাহাটীত বিজেপিৰ ৰাজ্যিক মুখ্য কাৰ্যালয়ত ‘ইমাৰজেন্সি ডায়েৰীছ’ নামৰ গ্ৰন্থ উন্মোচন মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাৰ

দেশৰ জৰুৰীকালীন অৱস্থাৰ সময়ত বৰ্তমানৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ অভিজ্ঞতাৰ ভিত্তিত সংকলিত হোৱা ইমাৰজেন্সি ডায়েৰীছ নামৰ এখন গ্ৰন্থ গুৱাহাটীৰ বিজেপিৰ ৰাজ্যিক মুখ্য কাৰ্যালয়ত মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই আজি আনুষ্ঠানিকভাৱে উন্মোচন কৰে। ব্লু ক্রাফ্‌ট ফাউণ্ডেচনে সংকলন কৰা কিতাপখনৰ আগকথা প্রধানমন্ত্ৰী মোদীয়ে লিখাৰ লগতে ভূতপূৰ্ব প্ৰধানমন্ত্ৰী এইচ ডি দেৱগৌৰাই লিখা পাতনি সন্নিবিষ্ট হৈছে। গ্ৰন্থখন উন্মোচন কৰি মুখ্যমন্ত্ৰী ড০ শৰ্মাই কয়, যে দেশৰ জৰুৰীকালীন অৱস্থাত বৰ্তমানৰ প্ৰধানমন্ত্ৰীগৰাকীয়...