September 21, 2024 9:18 PM

views 21

বঙাইগাঁও জিলা জনস্বাস্থ্য কাৰিকৰী বিভাগ, পৌৰসভাৰ উদ্যোগত স্বচ্ছতাই সেৱা অভিযানৰ অংশ হিচাপে বিভিন্ন কাৰ্যসূচী ৰূপায়ণ

বঙাইগাঁও জিলা জনস্বাস্থ্য কাৰিকৰী বিভাগ আৰু বঙাইগাঁও তথা অভয়াপুৰী পৌৰসভাৰ অধীনত ১৪ ছেপ্তেম্বৰৰ পৰা চলি থকা স্বচ্ছতাই সেৱা অভিযানৰ অংশ হিচাপে জিলাখনৰ বিভিন্ন বিভাগে চাফাই কাৰ্যসূচী, ক্রীড়া প্রতিযোগিতা আৰু গছপুলি ৰোপণ ইত্যাদি কাৰ্যসূচী ৰূপায়ণ কৰি আছে। এই অভিযানৰ অধীনত আজি জিলা ক্রীড়া বিভাগ আৰু বিদ্যালয় পৰিদৰ্শকৰ কাৰ্যালয়ৰ যৌথ উদ্যোগত বঙাইগাঁও চহৰৰ চিলাৰায় ইন্দোৰ ষ্টেডিয়ামৰ সন্মুখৰ পৰা এটা চাইকেল সমদল উলিওৱা হয়। সমদলটোত জিলা ক্রীড়া বিষয়া, বিদ্যালয়সমূহৰ পৰিদৰ্শক তথা জিলা তথ্য আৰু জনসংযোগ...