September 9, 2024 11:21 AM
বহিঃৰাজ্যৰ যান-বাহনৰ পুনৰ পঞ্জীয়নৰ কেলেংকাৰিত বঙাইগাঁও জিলা পৰিবহণ বিষয়াক আটক
বহিঃৰাজ্যৰ যান-বাহনৰ পুনৰ পঞ্জীয়নৰ নামত সংঘটিত কেলেংকাৰি সম্পৰ্কত বঙাইগাঁও জিলা পৰিবহণ বিষয়া দীপক পাটোৱাৰীক গুৱাহাটীৰ ৰিহাবাৰীস্থিত তেওঁৰ বাসভৱনৰ পৰা কালি বঙাইগাঁও আৰক্ষীয়ে আটক কৰ...