ডাউনলোড
মোবাইল এপ

android apple
signal

July 28, 2025 6:06 PM

ভূমিস্খলনৰ ফলত বন্ধ হৈ পৰা বকো-লাংপি সংযোগী পথৰ যোগাযোগ ব্যাহত

কামৰূপ জিলাৰ লংতুৰি পাহাৰ অঞ্চলত ভূমিস্খলনৰ ফলত বন্ধ হৈ পৰা বকো-লাংপি সংযোগী পথটো এতিয়াও মুকলি হোৱা নাই। অঞ্চলটোত বিগত কিছুদিন ধৰি হৈ থকা নেৰানেপেৰা বৰষুণৰ ফলত পাহাৰৰ মাটি আৰু বৃহৎ আকাৰৰ ...