August 29, 2024 9:16 PM

views 24

ৰাজ্যৰ সাম্প্ৰতিক পৰিস্থিতি সন্দৰ্ভত বোকাখাত মহকুমা প্ৰশাসনৰ সৈতে সাংবাদিকৰ বৈঠক

ৰাজ্যৰ সাম্প্ৰতিক পৰিস্থিতি সন্দৰ্ভত আজি গোলাঘাট জিলাৰ বোকাখাত মহকুমা প্ৰশাসনৰ সৈতে সাংবাদিকসকলৰ এখন বৈঠক অনুষ্ঠিত হয়। মহকুমাটোত আইন-শৃংখলা আৰু শান্তি বৰ্তাই ৰখাৰ বাবে প্ৰশাসনে গ্ৰহণ কৰা পদক্ষেপৰ অংশ হিচাপে এই বৈঠকৰ আয়োজন কৰা হয়। বৈঠকত অতিৰিক্ত জিলা আয়ুক্তই সমাজত শান্তি আৰু আইন-শৃংখলা বৰ্তাই ৰখাৰ বাবে সাংবাদিকসকলৰ সৈতে আলোচনা কৰে। তেওঁ সাংবাদিকসকলক সামাজিক মাধ্যমত ভুৱা বাতৰি প্ৰচাৰৰ পৰা বিৰত থাকিবলৈ আহ্বান জনায়। তদুপৰি কোনো ধৰণৰ অপ্ৰীতিকৰ পৰিস্থিতি সৃষ্টি হ'ব পৰা তথ্য থাকিলে সেই বিষয়ে তৎকা...