March 22, 2025 9:11 PM
বোকাখাত নাট্য মন্দিৰত ৫ দিনীয়াকৈ বোকাখাত গ্ৰন্থমেলা আৰম্ভ
আজিৰে পৰা বোকাখাতত ৫ দিনীয়াকৈ বোকাখাত গ্ৰন্থমেলা অনুষ্ঠিত হৈছে। বোকাখাত নাট্য মন্দিৰত অনুষ্ঠিত এই গ্রন্থমেলাত গ্ৰন্থ অধ্যয়নৰ জৰিয়তেহে সমাজৰ সামগ্রিক উত্তৰণ সম্ভৱ এই চিন্তাক মূল বিষ...