March 22, 2025 9:11 PM March 22, 2025 9:11 PM

views 4

বোকাখাত নাট্য মন্দিৰত ৫ দিনীয়াকৈ বোকাখাত গ্ৰন্থমেলা আৰম্ভ

আজিৰে পৰা বোকাখাতত ৫ দিনীয়াকৈ বোকাখাত গ্ৰন্থমেলা অনুষ্ঠিত হৈছে। বোকাখাত নাট্য মন্দিৰত অনুষ্ঠিত এই গ্রন্থমেলাত গ্ৰন্থ অধ্যয়নৰ জৰিয়তেহে সমাজৰ সামগ্রিক উত্তৰণ সম্ভৱ এই চিন্তাক মূল বিষয় হিচাপে লোৱা হৈছে। আজি গ্ৰন্থমেলাৰ সৈতে সংগতি ৰাখি আয়োজন কৰা আলোকচিত্ৰ প্ৰদৰ্শনী বিশিষ্ট চিত্রশিল্পী চম্পক বৰবৰাই মুকলি কৰে। বিশিষ্ট সাহিত্যিক অৰূপা পটংগীয়া কলিতাই গ্রন্থমেলাখন উদ্বোধন কৰি উঠি অহা প্ৰজন্মৰ বৌদ্ধিক উৎকৰ্ষ সাধনৰ লক্ষ্যৰে আয়োজিত বোকাখাত গ্রন্থমেলাৰ উদ্যোক্তাসকলৰ প্ৰশংসা কৰে। গ্ৰন্থমেলাৰ সৈতে খাপ খ...

February 23, 2025 8:30 PM February 23, 2025 8:30 PM

views 6

২২ মাৰ্চৰ পৰা ২৬ মাৰ্চলৈ বোকাখাত গ্ৰন্থমেলাৰ আয়োজন

গোলাঘাট জিলাৰ বোকাখাতত অহা ২২ মাৰ্চৰ পৰা ২৬ মাৰ্চলৈ আয়োজিত বোকাখাত গ্ৰন্থমেলাৰ বাবে উদ্যোক্তাসকলে প্রস্তুতি চলাইছে। আজি বোকাখাত জাতীয় বিদ্যালয়ত গ্ৰন্থমেলাৰ শীৰ্ষ গীত মুকলি আৰু ইয়াৰ চূড়ান্ত কার্যসূচী সম্পর্কে সংবাদমেলত উদ্যোক্তাসকলে অৱগত কৰে। গ্ৰন্থমেলাৰ প্ৰতিটো দিনতে সাহিত্য সন্মিলন, শিল্প চিন্তন, নাট সমাৰোহ, বিজ্ঞানৰ দিন, কুইজ আৰু ম‍ইনামেল, সাহিত্যৰ আড্ডা, কবিতা আবৃত্তি আদি অনুষ্ঠিত হ'ব।