April 9, 2025 7:57 PM

views 17

ৰাজ্যৰ বিভিন্ন ঠাইত অসমী ব’হাগী মেলা-২০২৫ অনুষ্ঠিত

অসম ৰাজ্যিক গ্রামীণ জীৱিকা অভিযানৰ উদ্যোগত আৰু জিলা প্ৰশাসনসমূহৰ সহযোগত ৰাজ্যৰ বিভিন্ন ঠাইত অসমী ব’হাগী মেলা-২০২৫ অনুষ্ঠিত হৈছে। পশ্চিম কাৰ্বি আংলং জিলাৰ সদৰ হামৰেণত আজি তিনিদিনীয়া কাৰ্যসুচীৰে এই মেলাৰ শুভাৰম্ভ কৰা হয়। স্থানীয় বিধায়ক ৰূপসিং তেৰণে আনুষ্ঠানিকভাৱে মুকলি কৰা এই মেলাত বিভিন্ন চৰকাৰী বিভাগৰ বিপণীৰ লগতে বিশেষভাৱে সফলতা লাভ কৰা আত্মসহায়ক গোটসমূহৰ দ্বাৰা প্ৰস্তুত সামগ্ৰীৰ বিক্ৰী তথা প্ৰদৰ্শনীৰ ব্যৱস্থা কৰা হৈছে। এই মেলাত জিলাখনৰ ৩ হাজাৰ ২৯৫টা আত্মসহায়ক গোটে অংশগ্ৰহণ কৰিছে। মেলাখন উ...

April 9, 2025 3:48 PM

views 24

আজিৰেপৰা ৪ দিনীয়া কাৰ্যসূচীৰে পাঠশালাত অসমী ব’হাগী মেলা, ২০২৫

■ অসম ৰাজ্যিক গ্ৰামীণ জীৱিকা অভিযান, বজালী জিলাৰ উদ্যোগত আজিৰেপৰা অহা ১২ এপ্ৰিললৈ ৪ দিনীয়া কাৰ্যসূচীৰে পাঠশালাত অসমী ব’হাগী মেলা, ২০২৫ অনুষ্ঠিত হৈছে। পাঠশালাৰ বজালী উচ্চতৰ মাধ্যমিক বিদ্যালয় খেলপথাৰত আয়োজিত এই মেলাত জিলাখনৰ স্থানীয় মহিলা আত্মসহায়ক গোটৰ দ্বাৰা উৎপাদিত থলুৱা সামগ্ৰী, বস্ত্ৰ-শিল্প, পিঠা-লাৰু তথা বিভিন্ন সুস্বাদু খাদ্য সম্ভাৰ বিক্ৰীৰ ব্যৱস্থা কৰা হৈছে। মেলাথলীত প্ৰতিদিনে বিভিন্ন খেল-ধেমালি প্রতিযোগিতাৰ লগতে সাংস্কৃতিক সন্ধিয়াৰো আয়োজন কৰা হৈছে বুলি আমাৰ বজালীৰ সংবাদদাতাই জানিবল...