June 12, 2025 8:21 PM

views 15

শ্বহীদ সুজিত নাৰ্জাৰীৰ স্মৃতিত বড়োলেণ্ডৰ বিভিন্ন ঠাইত বড়োলেণ্ড শ্বহীদ দিৱস পালন

নিখিল বড়ো ছাত্ৰ সন্থা এবছুৰ নেতৃত্বত সুকীয়া বড়োলেণ্ড ৰাজ্য গঠনৰ দাবীত হোৱা গণ আন্দোলনৰ প্রথম শ্বহীদ সুজিত নাৰ্জাৰীৰ স্মৃতিত আজি বড়োলেণ্ডৰ বিভিন্ন ঠাইত বড়োলেণ্ড শ্বহীদ দিৱস পালন কৰা হৈছে। বাক্সাৰ খাৰুৱাজানত এই উপলক্ষে আয়োজিত এটা অনুষ্ঠানত মন্ত্ৰী উৰ্খাও গৌড়া ব্ৰহ্ম আৰু বিটিআৰ প্রধান প্রমোদ বড়োৰ উপস্থিতিত শ্বহীদৰ পৰিয়াললৈ বিটিআৰ প্ৰশাসনে আর্থিক সাহায্য আগবঢ়ায় অনুষ্ঠানটোত বিএলটিৰ ৯১টা আৰু এবছুৰ ৩৩৩টা শ্বহীদ পৰিয়ালৰ লগতে সংঘৰ্ষত নিহত সৰ্বমুঠ ৭২৪ টা পৰিয়াললৈ বিটিআৰ প্ৰধান প্রমোদ বড়োৱে ৫...