May 1, 2025 7:58 PM

views 30

কেন্দ্ৰীয় গৃহমন্ত্রী অমিত শ্বাহে নতুন দিল্লীৰ কৈলাশ কলনীত বডোফা উপেন্দ্র নাথ ব্ৰহ্মৰ নামেৰে পথৰ নামকৰণৰ লগতে প্ৰতিমূৰ্তি উন্মোচন কৰে

বডোফা উপেন্দ্ৰ নাথ ব্ৰহ্মৰ ৩৪ সংখ্যক মৃত্যুবার্ষিকী উপলক্ষে অসম চৰকাৰৰ উদ্যোগত আজি নতুন দিল্লীত আয়োজিত এটা অনুষ্ঠানত কেন্দ্ৰীয় গৃহমন্ত্রী অমিত শ্বাহে বডোফাৰ এটা প্ৰতিমূৰ্তি উন্মোচন কৰে আৰু এম চি ডি পাৰ্কত এখন ৰাজহুৱা সভাত ভাগ লয়। ৯ ফুট উচ্চতাৰ এই প্ৰতিমূৰ্তিটো বড়ো জনগোষ্ঠীৰ পিতৃস্বৰূপ নেতাগৰাকীৰ ত্যাগ আৰু কৰ্মৰ প্ৰতি শ্ৰদ্ধা জনাই স্থাপন কৰা হৈছে। কেন্দ্রীয় গৃহমন্ত্রী শ্রীশ্বাহে লগতে নতুন দিল্লীৰ কৈলাশ কলনীত বডোফা উপেন্দ্র নাথ ব্ৰহ্মৰ নামেৰে এটা পথৰ নামকৰণ কৰে। গৃহমন্ত্ৰীয়ে জনসভাত দিয়া ভাষ...

May 1, 2025 11:34 AM

views 38

বডোফা উপেন্দ্রনাথ ব্ৰহ্মৰ ৩৪ সংখ্যক মৃত্যুবার্ষিকী উপলক্ষে কোকৰাঝাৰৰ থুলুংগাপুৰীত বিশেষ অনুষ্ঠান

বডোফা উপেন্দ্রনাথ ব্ৰহ্মৰ ৩৪ সংখ্যক মৃত্যু বার্ষিকী উপলক্ষে আজি কোকৰাঝাৰত দতমাৰ থুলুংগাপুৰীত বিশেষ অনুষ্ঠানৰ আয়োজন কৰা হৈছে। বডোফাৰ স্মৃতিত শ্রদ্ধা জনাই আয়োজিত এই অনুষ্ঠানত ক্রীড়া আৰু যুৱ পৰিক্ৰমা বিভাগৰ মন্ত্ৰী নন্দিতা গার্লোছা উপস্থিত থাকিব। বডোফাৰ স্মৃতিত এবছুৱে আজি বিয়লি  ৫-৩০ বজাত বিটিআৰকে ধৰি ৰাজ্যৰ প্ৰতিঘৰ আৰু ৰাজহুৱা স্থানত ৫ লাখ মাটিৰ চাকি আৰু মমবাতি জ্বলোৱাৰ সিদ্ধান্ত লৈছে। ইপিনে, অসম চৰকাৰৰ উদ্যোগত বডোফা উপেন্দ্ৰ নাথ ব্ৰহ্মৰ ৩৪ সংখ্যক মৃত্যুবার্ষিকী উপলক্ষে আজি নতুন দিল্লীত হ'বলগী...

April 6, 2025 9:31 PM

views 41

নতুন দিল্লীৰ বড়োলেণ্ড ভৱনৰ সমীপৰ লালা লাজপত ৰায় পথৰ পৰা কৈলাশ কলনী ইউ টার্নলৈ পথছোৱা বডোফা উপেন্দ্ৰ নাথ ব্ৰহ্মৰ নামেৰে নামকৰণ

নতুন দিল্লীৰ বড়োলেণ্ড ভৱনৰ সমীপৰ লালা লাজপত ৰায় পথৰ পৰা কৈলাশ কলনী ইউ টার্নলৈ পথছোৱা বডোফা উপেন্দ্ৰ নাথ ব্ৰহ্মৰ নামেৰে নামকৰণ কৰা হ'ব। তদুপৰি এই পথছোৱাত এটা বডোফাৰ প্ৰতিমূৰ্তিও স্থাপন কৰা হ'ব। বড়ো জনগোষ্ঠীৰ পিতৃস্বৰূপ বডোফা উপেন্দ্ৰনাথ ব্ৰহ্মৰ নামেৰে দেশৰ ৰাজধানী চহৰৰ এই পথছোৱাৰ নামকৰণৰ সিদ্ধান্তক মন্ত্ৰী উৰ্খাও গৌড়া ব্ৰহ্মই আদৰণি জনাইছে। শ্ৰী ব্ৰহ্মই এই সিদ্ধান্তৰ বাবে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী, কেন্দ্রীয় গৃহমন্ত্রী অমিত শ্বাহ আৰু মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাক ধন্যবাদ জ্ঞাপন কৰিছে।...

May 1, 2024 9:09 PM

views 26

বডোফা উপেন্দ্ৰনাথ ব্ৰহ্মৰ ৩৪ সংখ্যক মৃত্যু বার্ষিকীত শ্রদ্ধা তৰ্পন

বডোফা উপেন্দ্ৰনাথ ব্ৰহ্মৰ ৩৪ সংখ্যক মৃত্যু বার্ষিকী উপলক্ষে আজি কোকৰাঝাৰত দতমাৰ থুলুংগাপুৰীত বিশেষ অনুষ্ঠানৰ আয়োজন কৰা হয়। বডোফাৰ স্মৃতিত শ্রদ্ধা জনাই আয়োজিত এই অনুষ্ঠানত অসম বিধানসভাৰ অধ্যক্ষ বিশ্বজিত দৈমাৰী আৰু কেবিনেট মন্ত্ৰী উৰ্খাও গৌৰা ব্ৰহ্মই বডোফাৰ প্ৰতি শ্ৰদ্ধা নিবেদন কৰে। শ্ৰীদৈমাৰীয়ে কয় যে, বড়ো জনগোষ্ঠীৰ পিতৃ হিচাপে খ্যাত বডোফাৰ সংগ্ৰাম আৰু মহৎ আদর্শ জনগোষ্ঠীটোৰ বাবে অনুপ্ৰেৰণা হৈ আহিছে। ইপিনে, বডোফাৰ সমাধিস্থলিত এবছুৰ পতাকা উত্তোলন কৰি সংগঠনটোৰ সভাপতি দীপেন বড়োৱে নেতাগৰাকীৰ সংগ...