April 14, 2025 8:15 PM
19
জনপ্ৰিয় গায়িকা কেটি পেৰিকে ধৰি ছজনীয়া মহিলাৰ এটা দলক মহাকাশ কোম্পানী ব্লু অৰিজিনৰ ৰকেটত পৃথিৱীৰ বায়ুমণ্ডলৰ উৰ্ধতন সীমালৈ যাত্ৰা কৰিব
আমেৰিকা যুক্তৰাষ্ট্ৰৰ জনপ্ৰিয় গায়িকা কেটি পেৰিকে ধৰি ছজনীয়া মহিলাৰ এটা দল আজি এমাজনৰ স্বত্তাধিকাৰী জেফ বেজোছৰ মহাকাশ কোম্পানী ব্লু অৰিজিনৰ এটা ৰকেটত পৃথিৱীৰ বায়ুমণ্ডলৰ উৰ্ধতন সীমালৈ যাত্ৰা কৰিব। দলটোত থকা আন আন সদস্যসকল হৈছে টেলিভিশ্বনৰ পৰিবেশিকা গেইল কিং, ছবি প্রযোজক কেৰিয়েন ফ্লিন, প্রাক্তন নাছা এৰোস্পেচ অভিযন্তা আইশা বৌয়ি আৰু এগৰাকী সমাজসেৱিকা আমান্দা গুয়েন। ভাৰতীয় সময় অনুসৰি আজি সন্ধিয়াৰ ভাগত পশ্চিম টেক্সাছৰ পৰা যানখন মহাকাশলৈ উৰা মৰাৰ কথা। ১৯৬৩ চনত ৰাছিয়াৰ মহাকাশচাৰী ভেলেন্টিনা টে...