November 18, 2025 7:51 PM

views 22

জুবিন গাৰ্গৰ ওপজা দিন উপলক্ষে বিজেপি আৰু অসম গণ পৰিষদৰ যৌথভাৱে ৰক্তদান শিবিৰৰ আয়োজন

গোলাঘাট জিলাত বিজেপি আৰু অসম গণ পৰিষদে যৌথভাৱে আয়োজন কৰা ৰক্তদান শিবিৰ বিত্ত মন্ত্রী অজন্তা নেওগে মুকলি কৰে। এই কাৰ্যসূচীত সাংসদ কামাখ্যা প্রসাদ তাছা, জিলা আয়ুক্ত পুলক মহন্ত উপস্থিত থাকে। ধেমাজি জিলাৰ স্বাস্থ্য ভৱনত আয়োজিত কার্যসূচীত শিক্ষা মন্ত্রী ডাঃ ৰণোজ পেগুৱে অংশগ্ৰহণ কৰি জনসাধাৰণক ৰক্তদান কৰিবলৈ উৎসাহিত কৰে। ডিব্ৰুগড় জিলাৰ টিংখাং সমষ্টিৰ অন্তৰ্গত মৰাণৰ পিয়লি নগৰত আয়োজিত কাৰ্যসূচীত মন্ত্রী বিমল বৰাই ৰক্তদান কৰে। হোজাই জিলাৰ শ্ৰীমন্ত শংকৰদেৱ কৃষ্টি বিকাশ কেন্দ্ৰত আয়োজিত ৰক্তদান শিবিৰত ৫০ৰো ...