October 1, 2026 3:40 PM
3
আজি ৰাষ্ট্ৰীয় স্বেচ্ছামূলক ৰক্তদান দিৱস
আজি ৰাষ্ট্ৰীয় স্বেচ্ছামূলক ৰক্তদান দিৱস। ৰক্তদানৰ প্ৰতি ব্যাপক সজাগতা সৃষ্টিৰ লগতে ৰক্তদানৰ গুৰুত্ব সন্দৰ্ভত জনসাধাৰণক সচেতন কৰিবলৈ ১ অক্টোবৰত এই দিৱস পালন কৰা হয়। ১৯৭৫ চনত INDIAN SOCIETY OF BLOOD TRANSFUSION AND IMMUNOHEMATOLOGY উদ্যোগত এই দিৱস উদযাপনৰ আৰম্ভণি হৈছিল। জৰুৰী অৱস্থাত ৰোগীৰ জীৱন ৰক্ষা কৰিব পৰাকৈ প্ৰতিগৰাকী সুস্থ ব্যক্তিয়ে যাতে নিৰ্ভয়ে ৰক্তদান কৰিব পাৰে তাৰবাবে অৱগত কৰিবলৈ এই দিনটোত বিভিন্ন কাৰ্যসূচী ৰূপায়ন কৰা হয়। তদুপৰি ৰক্তৰ জটিল ৰোগত ভূগি থকা লোকসকলৰ বাবে ৰক্তদানৰ গুৰুত্ব ...