August 5, 2024 12:28 PM

views 31

অসম, মণিপুৰ আৰু মেঘালয়ত উৎপাদন হোৱা ক’লা চাউলৰ জনপ্রিয়তা লাভ

প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে অসম, মণিপুৰ আৰু মেঘালয়ত উৎপাদন হোৱা ক'লা চাউলৰ প্ৰশংসা কৰি কয় যে, শেহতীয়াভাৱে এই চাউলবিধে ঔষধী গুণাগুণৰ বাবে উৎকৃষ্ট খাদ্যত পৰিণত হৈছে। নতুন দিল্লীত অনুষ্ঠিত ৩২ সংখ্যক আন্তর্জাতিক কৃষি অর্থনীতিবিদ সন্মিলনত অংশগ্ৰহণ কৰি দিয়া ভাষণত প্রধানমন্ত্রী মোদীয়ে কয় যে, স্বাস্থ্যৰ উপকাৰিতাৰ বাবে ক'লা চাউলে জনপ্রিয়তা লাভ কৰিছে। তেওঁ কয় যে, ভাৰতৰ অৰ্থনৈতিক নীতিত কৃষিয়ে প্রধান গুৰুত্ব লাভ কৰি আহিছে আৰু প্ৰান্তীয় কৃষকসকলেই হৈছে দেশৰ খাদ্য সুৰক্ষাৰ মেৰুদণ্ড। আনহাতে চৰকাৰে ...