May 11, 2025 12:10 PM
বেলুচ লিবাৰেচন আৰ্মী BLAএ বেলুচিস্তানৰ ৩৯টা স্থানত আক্ৰমণৰ দায়িত্ব স্বীকাৰ
বেলুচ লিবাৰেচন আৰ্মী BLAএ বেলুচিস্তানৰ ৩৯টা স্থানত আক্ৰমণৰ দায়িত্ব স্বীকাৰ কৰিছে৷ প্ৰেছ বিজ্ঞপ্তিযোগে BLAএ ঘোষণা কৰিছে যে কৌশলগত লক্ষ্যৰে এই অভিযানসমূহ এতিয়াও চলি আছে। বিএলএৰ মুখপাত্ৰ জী...