April 12, 2025 8:59 PM

views 6

পঞ্চায়ত নিৰ্বাচনৰ বাবে বিজেপিৰ ৪০জন তাৰকা নির্বাচনী প্ৰচাৰকৰ নাম প্ৰকাশ

পঞ্চায়ত নিৰ্বাচনৰ বাবে ৰাজ্যৰ ভিন্ন প্ৰান্তত দলৰ হৈ প্ৰচাৰ চলাবলৈ বিজেপিয়ে ৪০ জন তাৰকা নির্বাচনী প্ৰচাৰকৰ নাম প্ৰকাশ কৰিছে। দলটোৱে প্ৰকাশ কৰা তাৰকা নিৰ্বাচনী প্ৰচাৰকসকলৰ নাম হ'ল- মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শৰ্মা, বিজেপিৰ ৰাজ্যিক সভাপতি দিলীপ শ‍ইকীয়া, কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱাল, কেন্দ্ৰীয় ৰাজ্য মন্ত্ৰী পবিত্ৰ মাৰ্ঘেৰিটা, সাংসদ কামাখ্যা প্ৰসাদ তাছা, ৰঞ্জিত দত্ত, কৃপানাথ মাল্লা, ভুৱনেশ্বৰ কলিতা, পৰিমল শুক্লবৈদ্য, মিছন ৰঞ্জন দাস, প্ৰদান বৰুৱা, বিজুলী কলিতা মেধি, ৰামেশ্বৰ তেলী, বিজেপি...