August 22, 2024 11:32 AM

views 28

বিজেপিৰ ৰাষ্ট্ৰীয় সমিতিৰ নিৰ্দেশমৰ্মে ৰাজ্যত ১ ছেপ্টেম্বৰৰ পৰা সদস্যতা অভিযান

বিজেপিৰ ৰাষ্ট্ৰীয় সমিতিৰ নিৰ্দেশমৰ্মে অহা ১ ছেপ্তেম্বৰৰ পৰা দেশৰ অন্যান্য স্থানৰ লগতে অসমতো সদস্যতা অভিযান আৰম্ভ হ'ব। কালি এই সন্দৰ্ভত অসম ৰাজ্যিক বিজেপিৰ মুখ্য কাৰ্যালয়ত এখন কর্মশালা অনুষ্ঠিত হয়। এই কৰ্মশালাত ৰাজ্যিক বিজেপিৰ সভাপতি ভৱেশ কলিতা, মুখ্যমন্ত্রী হিমন্ত বিশ্ব শৰ্মা, ৰাজ্যিক প্ৰভাৰী হৰিশ দ্বিবেদী, সদস্যতা অভিযানৰ উত্তৰ পূৱৰ আহ্বায়ক ৰাজদ্বীপ ৰয়কে ধৰি ভালেসংখ্যক শীর্ষ নেতা উপস্থিত থাকে। অহা ১ ছেপ্টেম্বৰত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে দলৰ ৰাষ্ট্ৰীয় সভাপতি জে পি নাড্ডাৰ পৰা সদস্য পদ...