August 18, 2024 6:46 PM

views 12

পহিলা ছেপ্টেম্বৰৰ পৰা বিজেপিৰ নতুন সদস্যভর্তি অভিযান

বিজেপিয়ে পহিলা ছেপ্টেম্বৰৰ পৰা নতুন সদস্যভর্তি অভিযান আৰম্ভ কৰিব। দলে এই অভিযানৰ অধীনত ১০ কোটিৰো অধিক সদস্যভৰ্তিৰ লক্ষ্য স্থিৰ কৰিছে। এই সন্দৰ্ভত কালি ৰাষ্ট্ৰীয় ৰাজধানী দিল্লীত অনুষ্ঠিত দলৰ কৰ্মকৰ্তাসকলৰ এখন বৈঠকত সিদ্ধান্ত গ্ৰহণ কৰা হয়। বিজেপিৰ ৰাষ্ট্ৰীয় মুখপাত্র সম্বিত পাত্ৰাই কৈছে যে, সদস্য ভর্তি অভিযানত নিৰ্বাচন হবলগীয়া ৰাজ্যসমূহক সামৰি লোৱা নহয়। তেওঁ কয় যে দলে মিছডকল দি, কিউ আৰ কোড স্কেন কৰি, নমো এপ ব্যৱহাৰ কৰি আৰু বিজেপি ৱেৱছাইটৰ জৰিয়তে নতুন সদস্য ভৰ্তি কৰিব। বিজেপিয়ে সম্প্ৰতি দলৰ...