September 16, 2024 12:01 PM

views 13

ৰাজ্যজুৰি বিজেপিৰ সদস্যভর্তি অভিযান, দৈনিক দুই লাখতকৈও অধিক লোকৰ সদস্য পদ গ্ৰহণ

ৰাজ্যজুৰি বিজেপিৰ সদস্যভর্তি অভিযান সম্প্রতি পূৰ্ণ গতিত চলিছে। এতিয়ালৈ ৰাজ্যত দৈনিক দুই লাখতকৈও অধিক লোকে বিজেপিৰ সদস্য পদ গ্ৰহণ কৰিছে। বিজেপি দলৰ সদস্যতা অভিযান ২০২৪ৰ এই অভিযানত বিজেপি দলৰ প্ৰতি থকা ৰাইজৰ অভূতপূৰ্ব সঁহাৰিয়ে ব্যাপক সফলতা লাভ কৰিছে। কালি বিহালীত জলসম্পদ, তথ্য আৰু জনসংযোগ সংসদীয় পৰিক্ৰমা বিভাগৰ মন্ত্ৰী পীযূষ হাজৰিকাই এই মন্তব্য কৰে। উপ নিৰ্বাচনৰ প্রাক মুহূৰ্তত বিহালীৰ সাংগঠনিক দিশ সুদৃঢ় কৰাৰ লক্ষ্যৰে কেইবাটাও অনুষ্ঠানত অংশ লৈ মন্ত্ৰীগৰাকীয়ে বিহালীৰ সদস্য ভৰ্তি অভিযান সন্তোষজন...