August 27, 2024 7:13 PM August 27, 2024 7:13 PM

views 6

অহা ২ ছেপ্তেম্বৰৰ পৰা বিজেপিৰ সদস্য ভৰ্তি অভিযান

বিজেপিয়ে অহা ২ ছেপ্তেম্বৰত সদস্য ভৰ্তি অভিযান আৰম্ভ কৰিব। নতুন দিল্লীত আজি সাংবাদিকৰ সৈতে হোৱা কথা-বতৰাত দলৰ সাধাৰণ সম্পাদক বিনোদ তাৱড়ে কয় যে, বৰ্তমানৰ সকলো সদস্যই নতুনকৈ নাম অন্তৰ্ভুক্ত কৰিব লাগিব। তেওঁ কয় যে, প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ২ ছেপ্তেম্বৰত দলৰ সভাপতি জে পি নাড্ডাৰ পৰা সদস্য পদ লাভ কৰিব আৰু ইয়াৰ লগে লগে সমগ্র দেশত সদস্যভর্তি অভিযান আৰম্ভ হ'ব। শ্রীতাৱড়ে কয় যে, বিজেপিৰ সংবিধান অনুসৰি, প্ৰতি ৫-৬ বছৰৰ মূৰে মূৰে সদস্য ভৰ্তি অভিযান অনুষ্ঠিত কৰা হয়। ২৫ ছেপ্তেম্বৰত সদস্য ভৰ্তি অভি...