October 14, 2025 8:12 PM

views 18

বিহাৰ বিধানসভা নিৰ্বাচনৰ বাবে বিজেপিৰ ৭১ গৰাকী প্ৰাৰ্থীৰ প্ৰথমখন তালিকা প্রকাশ

বিজেপিয়ে বিহাৰ বিধানসভা নিৰ্বাচনৰ বাবে ৭১ গৰাকী প্ৰাৰ্থীৰ প্ৰথমখন তালিকা প্রকাশ কৰিছে। এই অনুসৰি, উপ-মুখ্যমন্ত্রী সম্রাট চৌধুৰীয়ে তাৰাপুৰ আৰু উপ-মুখ্যমন্ত্রী বিজয় সিনহাই লখীচৰাই আসনৰ পৰা প্রতিদ্বন্দ্বিতা কৰিব। বিহাৰৰ স্বাস্থ্য মন্ত্রী মংগল পাণ্ডেই চিৱাং সমষ্টিৰ পৰা প্ৰতিদ্বন্দ্বিতা কৰিব। একেদৰে, ৰাজ্যিক মন্ত্রী নীতিন নবীনে বাংকিপুৰ আৰু ৰেণু দেৱীক বেটীয়া সমষ্টিৰ পৰা দলীয় টিকট প্রদান কৰা হৈছে। ত্রি বিক্রম সিঙে ঔৰঙ্গাবাদ, শ্রেয়ীসী সিঙে জমুৰী আৰু প্রাক্তন কেন্দ্রীয় মন্ত্রী ৰাম কৃপাল যাদৱ দানাপুৰ আসন...

April 12, 2025 12:46 PM

views 20

পঞ্চায়ত নিৰ্বাচনৰ বাবে ৰাজ্যিক বিজেপিৰ ৪০ জনীয়া তাৰকা প্ৰচাৰকৰ তালিকা ঘোষণা

পঞ্চায়ত নিৰ্বাচনৰ বাবে ৰাজ্যিক বিজেপিয়ে ৪০ জনীয়া তাৰকা প্ৰচাৰকৰ তালিকা ঘোষণা কৰিছে। ৰাজ্যিক বিজেপিৰ সাধাৰণ সম্পাদক পল্লৱ লোচন দাসে প্ৰকাশ কৰা অনুসৰি মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মা, দলৰ সভাপতি দিলীপ শ‍ইকীয়া, কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱাল আৰু পৱিত্ৰ মাৰ্ঘেৰিটাকে ধৰি ৰাজ্য চৰকাৰৰ মন্ত্ৰী আৰু সাংসদসকলে পঞ্চায়ত নিৰ্বাচনৰ তাৰকা প্ৰচাৰক হিচাপে নিৰ্বাচনী প্ৰচাৰত ভাগ ল'ব। বিজেপিয়ে ইতিমধ্যে দ্বিতীয়খন প্রার্থী তালিকা প্রকাশ কৰিছে। বিজেপিয়ে অগপ, ৰাভা-হাছং যৌথ সংগ্ৰাম সমিতি আৰু গণ শক্তিৰে ...

May 9, 2024 5:40 PM

views 25

লোকসভা নিৰ্বাচনৰ বাবে ৩ গৰাকী প্ৰাৰ্থীৰ আৰু এখন তালিকা প্ৰকাশ বিজেপিৰ

বিজেপিয়ে কালি লোকসভা নিৰ্বাচনৰ বাবে তিনিগৰাকী প্ৰাৰ্থীৰ নাম থকা আন এখন তালিকা প্ৰকাশ কৰে। তালিকা অনুসৰি দলটোৱে পঞ্জাৱৰ আনন্দপুৰ চাহিব আসনৰ পৰা ড০ সুভাষ শৰ্মা আৰু ফিৰোজপুৰ আসনৰ পৰা ৰানা গুৰমিত সিং সোধীক প্ৰক্ষেপ কৰাৰ বিপৰীতে অৰবিন্দ খান্নাক চক্ৰৰ সংসদীয় সমষ্টিৰ পৰা প্ৰাৰ্থী হিচাপে ঘোষণা কৰিছে।

May 9, 2024 12:32 PM

views 24

চলিত লোকসভা নির্বাচনৰ বাবে বিজেপিৰ তিনিগৰাকী প্ৰাৰ্থীৰ নাম প্ৰকাশ

বিজেপিয়ে কালি চলিত লোকসভা নির্বাচনৰ বাবে তিনিগৰাকী প্ৰাৰ্থীৰ নাম থকা আন এখন তালিকা প্রকাশ কৰে। তালিকা অনুসৰি দলটোৱে পঞ্জাৱৰ আনন্দপুৰ চাহিব আসনৰ পৰা ডº সুভাষ শৰ্মা আৰু ফিৰোজপুৰ আসনৰ পৰা ৰানা গুৰমীত সিং সোধীক প্ৰক্ষেপ কৰাৰ বিপৰীতে অৰবিন্দ খান্নাক চংগুৰ সংসদীয় সমষ্টিৰ পৰা প্ৰাৰ্থী হিচাপে ঘোষণা কৰিছে। বিজেপিৰ কেন্দ্ৰীয় নির্বাচনী সমিতিয়ে প্রার্থী তিনিগৰাকীৰ নাম চূড়ান্ত কৰিছে৷