July 24, 2024 7:02 PM

views 19

নীট ইউ জি পৰীক্ষা আৰু ২০২৪-২৫ বৰ্ষৰ বাজেটক লৈ প্ৰশ্ন উত্থাপন কৰাৰ বাবে বিৰোধী দলসমূহক বিজেপিৰ কঠোৰ সমালোচনা

ভাৰতীয় জনতা পাৰ্টীয়ে নীট ইউ জি পৰীক্ষা আৰু ২০২৪-২৫ বৰ্ষৰ বাজেটক লৈ প্ৰশ্ন উত্থাপন কৰাৰ বাবে বিৰোধী দলসমূহক কঠোৰ সমালোচনা কৰিছে। নতুন দিল্লীত আজি এখন সংবাদ মেলত জ্যেষ্ঠ বিজেপি নেতা ৰবিশংকৰ প্ৰসাদে কয় যে, নীটৰ পৱিত্ৰতাৰ ক্ষেত্ৰত কোনো ধৰণৰ আপোচ কৰা হোৱা নাই বুলি উচ্চতম ন্যায়ালয়ে ইয়াৰ ৰায়দানত স্পষ্ট কৰি দিয়া সত্ত্বেও বিৰোধী দলসমূহে দেশবাসীক বিপথে পৰিচালিত কৰাৰ চেষ্টা কৰি আহিছে। পৰীক্ষাটোত অনিয়ম সংঘটিত হোৱা বুলি জানিব পৰাৰ লগে লগে চৰকাৰে ব্যৱস্থা গ্ৰহণ কৰা বুলি উল্লেখ কৰি তেওঁ কয় যে, এইক্ষে...