October 7, 2024 2:22 PM October 7, 2024 2:22 PM
12
প্রধানমন্ত্ৰী মোদীৰ ৰাজহুৱা পদবীত আজি ২৩ বছৰ সম্পূৰ্ণ
প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে তেওঁৰ ৰাজহুৱা পদবীত আজি ২৩ বছৰ সম্পূৰ্ণ কৰিছে। ২০০১ চনৰ আজিৰ দিনটোতেই শ্রী মোদীয়ে প্ৰথমবাৰৰ বাবে গুজৰাটৰ মুখ্যমন্ত্ৰী হিচাপে দায়িত্বভাৰ গ্ৰহণ কৰিছিল। গুজৰাটৰ মুখ্যমন্ত্ৰী হিচাপে নৰেন্দ্ৰ মোদীৰ উদ্যমসমূহৰ পৰা অনুপ্ৰাণিত হৈ কেন্দ্ৰত এন ডি এ চৰকাৰে ভালেমান কল্যাণমূলক কাৰ্যসূচীৰ শুভাৰম্ভ কৰিছিল। প্ৰায়েই গুজৰাট মডেল হিচাপে নামকৰণ কৰা এই পদক্ষেপসমূহ জল সংৰক্ষণ, গছপুলি ৰোপণ অভিযান, সংবিধান উদযাপন, থলুৱা উৎপাদিত সামগ্ৰীসমূহৰ বিকাশ তথা ক্রীড়া সংস্কৃতি উৎসাহিত কৰা আদি বি...