December 13, 2025 9:42 PM
10
কলকাতাত লিঅ’নেল মেচিৰ অনুষ্ঠানত হোৱা বিশৃংখল পৰিৱেশক লৈ মমতা বেনাৰ্জী নেতৃত্বাধীন পশ্চিমবংগ চৰকাৰক বিজেপিৰ সমালোচনা
বিজেপিয়ে কলকাতাত আজি আৰ্জেণ্টিনাৰ ফুটবল তাৰকা লিঅ'নেল মেচিৰ অনুষ্ঠানত বিশৃংখল পৰিৱেশেৰে জনসাধাৰণক হতাশ কৰাৰ অভিযোগ তুলি মমতা বেনাৰ্জী নেতৃত্বাধীন পশ্চিমবংগ চৰকাৰক সমালোচনা কৰিছে। নতুন দিল্লীত অনুষ্ঠিত এখন সংবাদমেলত বিজেপিৰ সাংসদ তথা মুখপাত্র ডাঃ সুধাংশু ত্রিবেদীয়ে এই ঘটনাক সমগ্ৰ দেশৰ বাবেই লজ্জাজনক ঘটনা বুলি অভিহিত কৰে। তেওঁ লগতে অভিযোগ তোলে যে কর্ণাটক, তামিলনাডুৰ দৰে অনা-এনডিএ-চৰকাৰ থকা ৰাজ্যসমূহত এনেধৰণৰ ঘটনা সংঘটিত হৈছে যিয়ে ৰাজ্যখনৰ দুৰ্বল আইন-শৃংখলাৰ পৰিস্থিতি প্ৰতিফলিত কৰে। ৰাজহুৱা অনুষ...