November 27, 2024 8:51 PM
9
ই ভি এম সন্দৰ্ভত কৰা মন্তব্যৰ বাবে কংগ্ৰেছ সভাপতি মল্লিকার্জুন খাৰ্গেক বিজেপিৰ সমালোচনা
বিজেপিয়ে ইলেকট্রনিক ভোটগ্রহণ যন্ত্র (ই ভি এম) সন্দৰ্ভত কৰা মন্তব্যৰ বাবে কংগ্ৰেছ সভাপতি মল্লিকার্জুন খাৰ্গেক সমালোচনা কৰিছে। নতুন দিল্লীত আজি সংবাদ মাধ্যমৰ সৈতে হোৱা কথা বতৰাত দলৰ মুখপাত্র সম্বিত পাত্রই কয়, যে কংগ্ৰেছে অকল নিৰ্বাচনত পৰাজয় হ'লেহে ই ভি এমক লৈ প্ৰশ্ন উত্থাপন কৰে। তেওঁ কয়, যে কংগ্ৰেছ প্রায় আটাইকেইখন ৰাজ্যতে এলাগি হৈ পৰিছে। আনকি ঝাৰখণ্ড বিধানসভা নির্বাচনতো কংগ্ৰেছে বিজেপিতকৈ কম আসনত জয়ী হৈছে। ই ভি এমৰ বাবে অনুসূচিত জাতি, অনুসূচিত জনজাতি, অন্যান্য পিছপৰা শ্ৰেণী আৰু দুখীয়া লোকৰ ...