April 28, 2025 9:22 PM

views 12

জম্মু-কাশ্মীৰৰ পহলগাম সন্ত্রাসবাদী আক্রমণ সন্দৰ্ভত কিছুসংখ্যক কংগ্ৰেছ নেতাই কৰা বিতর্কিত মন্তব্যক বিজেপিৰ গৰিহণা

জম্মু-কাশ্মীৰৰ পহলগাম সন্ত্রাসবাদী আক্রমণ সন্দৰ্ভত কিছুসংখ্যক কংগ্ৰেছ নেতাই কৰা বিতর্কিত মন্তব্যক বিজেপিয়ে গৰিহণা দিছে। নতুন দিল্লীত আজি সাংবাদিকৰ সৈতে হোৱা কথা বতৰাত জ্যেষ্ঠ বিজেপি নেতা ৰবিশংকৰ প্ৰসাদে কয়, যে এই আক্ৰমণৰ ভুক্তভোগীসকলে দাবী কৰাৰ দৰে সন্ত্ৰাসবাদীয়ে তেওঁলোকৰ ধৰ্ম সোধা নাছিল বুলি কিছু সংখ্যক কংগ্ৰেছ নেতাই মন্তব্য কৰিছে। তেওঁ লগতে কয়, যে জ্যেষ্ঠ কংগ্ৰেছ নেতা মণিশংকৰ আয়াৰেও আমি এতিয়াও দেশ বিভাজনৰ প্ৰতিফল ভোগ কৰি আছো বুলি মন্তব্য কৰিছে। শ্ৰীপ্ৰসাদে এনেধৰণৰ বক্তব্যসমূহক অসংবেদনশীল...