January 12, 2025 11:30 AM

views 19

দিল্লী সুৰা কেলেংকাৰীৰ বাবে দুহেজাৰ কোটিৰো অধিক টকাৰ ৰাজহ লোকচান হোৱা বুলি বিজেপিৰ অভিযোগ

নিয়ন্ত্ৰক আৰু মহালেখা পৰীক্ষকৰ প্ৰতিবেদন অনুযায়ী দিল্লী সুৰা কেলেংকাৰীৰ বাবে দুহেজাৰ কোটিৰো অধিক টকাৰ ৰাজহ লোকচান হোৱা বুলি বিজেপিয়ে দাবী কৰিছে। বিজেপিৰ জ্যেষ্ঠ নেতা অনুৰাগ ঠাকুৰে কালি দলৰ মুখ্য কাৰ্যালয়ত আম আদমী পাৰ্টিৰ আহ্বায়ক অৰবিন্দ কেজৰিৱাল এই কেলেংকাৰীৰ আঁৰৰ মূল ব্যক্তি বুলি সংবাদ মাধ্যমৰ আগত অভিযোগ তোলে। দিল্লীৰ খলাবমা পথ, লেতেৰা পানী, বিদ্যুত বৰ্ধিত মাচুল, আৱৰ্জনাৰ পাহাৰ সদৃশ দম আৰু প্ৰদূষণ সন্দৰ্ভত আম আদমী পাৰ্টীৰ ওচৰত কোনো উত্তৰ নাই বুলি তেওঁ উল্লেখ কৰে। ইপিনে আম আদমী পাৰ্টীৰ নেত্...

October 3, 2024 7:48 PM

views 28

ড্ৰাগছ চিণ্ডিকেটৰ মূল অভিযুক্ত কংগ্ৰেছ দলৰ সৈতে জড়িত হৈ আছে : বিজেপি

বিজেপিয়ে আজি অভিযোগ কৰি কৈছে যে দিল্লীত কালি উৎখাত কৰা ড্ৰাগছ চিণ্ডিকেটৰ মূল অভিযুক্ত কংগ্ৰেছ দলৰ সৈতে জড়িত হৈ আছে। নতুন দিল্লীত আজি সংবাদ মাধ্যমৰ আগত দলৰ মুখপাত্র সুধাংশু ত্রিবেদীয়ে অভিযোগ কৰি কয় যে যুৱ কংগ্ৰেছৰ তথ্য জনাৰ অধিকাৰ কোষৰ মুৰববীগৰাকী এই কাণ্ডৰ সৈতে জড়িত হৈ আছে। তেওঁ কংগ্ৰেছ নেতা দ্বীপেন্দ্ৰৰ হুদাৰ ম'বাইলৰ পৰা অভিযুক্তজনৰ সবিশেষ পোৱা গৈছে বুলি অভিযোগ উত্থাপন কৰে। তেওঁ কয় যে কংগ্ৰেছ দলে এই ঘটনাৰ লগত জড়িত অভিযোগ সন্দৰ্ভত উত্তৰ দিব লাগে। দিল্লী আৰক্ষীয়ে কালি অভিযান চলাই ৫ হাজাৰ ...