October 17, 2024 10:37 AM

views 14

প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ অধ্যক্ষতাত চণ্ডীগড়ত এন ডি এ-ৰ মুখ্যমন্ত্ৰী তথা উপ-মুখ্যমন্ত্ৰীবৰ্গৰ সন্মিলন

প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আজি চণ্ডীগড়ত এন ডি এ-ৰ মুখ্যমন্ত্ৰী তথা উপ-মুখ্যমন্ত্ৰীবৰ্গৰ এখন সন্মিলনৰ অধ্যক্ষতা কৰিব। সন্মিলনত বিজেপিৰ সভাপতি জে পি নাড্ডা, প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিং আৰু গৃহমন্ত্ৰী অমিত শ্বাহেও অংশগ্ৰহণ কৰিব। বিজেপিৰ এটা বিবৃতি অনুসৰি হাৰিয়ানাৰ মুখ্যমন্ত্ৰী হিচাপে নায়ব সিং ছাইনীৰ শপত গ্ৰহণৰ লগে লগে এই সন্মিলন আৰম্ভ হ'ব। সন্মিলনত ৰাষ্ট্ৰীয় উন্নয়নৰ সৈতে জড়িত বিষয়সমূহত গুৰুত্ব আৰোপ কৰি বিশেষ কাৰ্যসূচীৰ বিষয়ে আলোচনা কৰা হ'ব। সন্মিলনত সংবিধান কা অমৰুত মহোৎসৱ পালন সন্দৰ্...

July 28, 2024 8:13 PM

views 16

বিজেপি শাসিত ৰাজ্যসমূহৰ মুখ্যমন্ত্ৰী আৰু উপ-মুখ্যমন্ত্ৰীসকলৰ দুদিনীয়া সন্মিলনৰ সামৰণি

তুন দিল্লীত অনুষ্ঠিত বিজেপি শাসিত ৰাজ্যসমূহৰ মুখ্যমন্ত্ৰী আৰু উপ-মুখ্যমন্ত্ৰীসকলৰ দুদিনীয়া সন্মিলন-মুখ্যমন্ত্ৰী পৰিষদৰ আজি সামৰণি পৰে। সন্মিলনৰ আজিৰ সামৰণি সত্ৰক সম্বোধি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কয় যে, যেতিয়া জনসাধাৰণৰ কল্যাণৰ হকে কেন্দ্ৰ আৰু ৰাজ্য চৰকাৰসমূহে সহযোগিতাৰে শক্তিশালী ৰূপত কাম কৰে তেতিয়া বিকশিত ৰাষ্ট্ৰৰ লক্ষ্যত নিশ্চয়কৈ উপনিত হ'ব পৰা যাব। বিজেপিৰ সুশাসন কোষৰ সমন্বয়ক বিনয় সহস্রবুদ্ধেই আজি এখন প্ৰেছ বিজ্ঞপ্তিত এই কথা প্রকাশ কৰে। তেওঁ কয় যে, ঐতিহ্যৰ উন্নয়নৰ লগতে ঐতিহ্য সৃ...