ডাউনলোড
মোবাইল এপ

android apple
signal

July 1, 2024 6:50 PM

পশ্চিমবংগত অসামাজিক কাম-কাজ বৃদ্ধি হৈছে বুলি শাসনাধিষ্ঠিত তৃণমূল কংগ্ৰেছক সমালোচনা বিজেপিৰ

ভাৰতীয় জনতা পাৰ্টীয়ে আজি পশ্চিমবংগৰ শাসনাধিষ্ঠিত তৃণমূল কংগ্ৰেছক সমালোচনা কৰি কয় যে ৰাজ্যখনত অসামাজিক কাম-কাজ বৃদ্ধি হৈছে। নতুন দিল্লীত সংবাদ মাধ্যমৰ সৈতে হোৱা কথা-বতৰাত দলৰ মুখপাত্...