May 10, 2025 8:28 PM

views 24

মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শৰ্মা নেতৃত্বাধীন চৰকাৰৰ চতুৰ্থ বৰ্ষপূৰ্তি উপলক্ষে সংবাদমেল

মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শৰ্মা নেতৃত্বাধীন চৰকাৰৰ চতুৰ্থ বৰ্ষপূৰ্তিৰ দিনা আজি মুখ্যমন্ত্ৰীগৰাকীয়ে এখন সংবাদমেল সম্বোধন কৰি বিগত ৪টা বছৰত তিনিটা বিষয় অতি গুৰুত্বপূৰ্ণ বুলি মন্তব্য কৰে। মুখ্যমন্ত্ৰীগৰাকীয়ে কয়, এই সময়ছোৱাত ৰাজ্যখনত কোনো অশান্তিকৰ পৰিৱেশৰ সূচনা হোৱা নাই। ৰাজ্যৰ জনগোষ্ঠীয় লোকসকলৰ মাজত সমন্বয় দেখা গৈছে। পাহাৰীয়া জিলা দুখনত শান্তি বিৰাজ কৰাৰ লগতে এই সময়ছোৱাত উদ্যোগ, বাণিজ্যৰ ক্ষেত্ৰতো বিকাশ হৈছে। ৰাজ্যৰ জিডিপি চাৰে ৭ লাখ কোটি টকালৈ বৃদ্ধি হৈছে। একেখন সংবাদমেলতে মুখ্যমন্ত্ৰ...