January 19, 2026 7:50 PM
15
বিজেপিৰ কাৰ্যকৰী সভাপতি নীতিন নবীনৰ ৰাষ্ট্ৰীয় সভাপতি পদৰ বাবে মনোনয়ন দাখিল
ভাৰতীয় জনতা পাৰ্টীৰ ৰাষ্ট্ৰীয় সভাপতিৰ নিৰ্বাচনৰ বাবে মনোনয়ন দাখিল প্ৰক্ৰিয়াৰ আজি সন্ধিয়া সামৰণি পৰে। বিজেপিৰ কাৰ্যকৰী সভাপতি নীতিন নবীনে ৰাষ্ট্ৰীয় সভাপতি পদৰ বাবে মনোনয়ন দাখিল কৰে। বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতি জে পি নাড্ডা, কেন্দ্রীয় মন্ত্ৰী অমিত শ্বাহ, ৰাজনাথ সিং, নীতিন গাডকাৰীকে ধৰি বিজেপিৰ অন্যান্য সদস্যই ৰাষ্ট্ৰীয় সভাপতি পদৰ বাবে নীতিন নবীনৰ নাম আগবঢ়ায়। দলটোৰ ৰাষ্ট্ৰীয় ৰিটাৰ্ণিং বিষয়া কে লক্ষ্মণে প্ৰকাশ কৰা নিৰ্বাচনসূচী অনুসৰি, আজি দিনৰ ২ বজাৰ পৰা ৪ বজাৰ ভিতৰত মনোনয়ন পত্ৰসমূহ দাখি...