May 28, 2025 12:00 PM
বিশ্বনাথ জিলাৰ কৃষকসকলক প্রধানমন্ত্রী ফচল বীমা যোজনাৰ অধীনত শস্য বীমা কৰিবলৈ জিলা কৃষি বিভাগৰ আহ্বান
কৃষক কল্যাণৰ হকে কেন্দ্ৰীয় চৰকাৰৰ ধ্বজাবাহী আঁচনি প্রধানমন্ত্রী ফচল বীমা যোজনাৰ অধীনত বিশ্বনাথ জিলাৰ কৃষকসকলক শস্য বীমা কৰাবৰ বাবে জিলা কৃষি বিভাগে আহ্বান জনাইছে। এই আঁচনিৰ অধীনত শস্য ...